পৃষ্ঠাসমূহ

Thursday, April 21, 2011

তালিকা-১

১৷ নিগনি
২৷ নিগনি(ৰ)-দলিচা
৩৷ কঠিনতন্ত্ৰ
৪৷ স্নিগ্ধতন্ত্ৰ
৫৷ পৰ্দা
৬৷ পৰশ-পৰ্দা
৭৷ বিনোদ-দণ্ড
৮৷ চাবিফলি
৯৷ কোলাতলোৱা
১০৷ মেজতথোৱা
১১৷ আন্তঃজাল
১২৷ জালস্থান
১৩৷ জালপৃষ্ঠা
১৪৷ স্মৃতি
১৫৷ সতাঁৰ
১৬৷ পৰিচালন-প্ৰণালী, চমুকৈ, "পৰিপ্ৰ"
১৭৷ সন্ধানযন্ত্ৰ
১৮৷ যান্ত্ৰিক মকৰা
১৯৷ জালান্বেষণ / জালান্বেষক => জালাষণ / জালাষক
২০৷ সতাঁৰ
২১৷ বেতাঁৰ
২২৷ মুদ্ৰক
২৩৷ নিবেশপেৰা
২৪৷ নিৰ্গমপেৰা
২৫৷ প্ৰেৰিতপেৰা
২৬৷ চলচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (চগ্ৰয)
২৭৷ আলোকচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (আগ্ৰয)
২৮৷ জুলিয়া ষ্ফটিক পৰ্দা

2 comments:

  1. নিশ্চয় আমি এই শব্দৰ ব্যবহাৰ কৰিব লাগিব । মই এই শব্দবোৰ মোৰ অন্তঃজালৰ পৃষ্ঠাত উঠাব পাৰিম নে, ?

    ReplyDelete